अर्थ : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
							उदाहरण : 
							আজি মই ভাল চিকাৰ ফান্দত পেলালো
							
अर्थ : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
							उदाहरण : 
							চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
							
अर्थ : বনৰীয়া পশু-পক্ষীক মৰা কার্য
							उदाहरण : 
							প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
							
पर्यायवाची : মৃগয়া