अर्थ : চিংগাপুৰৰ অধিবাসী
							उदाहरण : 
							আচিফে এতিয়া এজন চিংগাপুৰীয়াৰ সৈতে ব্যাপাৰ কৰিবলৈ লৈছে
							
पर्यायवाची : চিংগাপুৰ বাসী, চিংগাপুৰবাসী
अर्थ : চিংগাপুৰৰ সৈতে সম্পর্কিত
							उदाहरण : 
							এইখন চিংগাপুৰীয়া ৰেছম কাপোৰৰ পৰা তৈয়াৰ কৰা হৈছে