अर्थ : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
							उदाहरण : 
							অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
							
पर्यायवाची : চাহ গছ, চাহপাত, চাহপাতৰ গছ
अर्थ : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ
							उदाहरण : 
							মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়
							
अर्थ : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
							उदाहरण : 
							তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
							
पर्यायवाची : চাহপাত