अर्थ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
							उदाहरण : 
							আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
							
पर्यायवाची : মিশ্রিত কৰা, মিহলি কৰা, মিহলোৱা, সংমিশ্রিত কৰা
अर्थ : মাটি মিহলি হৈ থকা পানী বিশেষ
							उदाहरण : 
							বাৰিষা কালত পুখুৰীৰ পানী ঘোলা হৈ থাকে
							
अर्थ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
							उदाहरण : 
							স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে  তেওঁৰ মনটো মলিন হৈ আছে
							
पर्यायवाची : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা