अर्थ : সঞ্চিত বা একত্রিত কৰা
							उदाहरण : 
							তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
							
पर्यायवाची : একত্রিত কৰা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
अर्थ : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
							उदाहरण : 
							খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
							
पर्यायवाची : একগোট কৰা, একত্রিত কৰা