अर्थ : যি ব্যক্তি গৃহস্থাশ্রমত থাকে
							उदाहरण : 
							গৃহস্থই গৃহস্থ ধর্ম ্পালন কৰিব লাগে
							
पर्यायवाची : গৃহস্থ আশ্রমী, গৃহস্থাশ্রমী
अर्थ : ঘৰৰ মূল মানুহ
							उदाहरण : 
							গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
							
पर्यायवाची : গৃহপতি, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী, মালিক