अर्थ : গর্ভ্্ধাৰণৰ সময়ৰ পৰা কেঁচুৱা জন্ম পোৱালৈকে হোৱা এক অৱস্থা
							उदाहरण : 
							গর্ভাৱস্থাত ভ্রুণ মাকৰ দেহৰ পৰা পুষ্টি লাভ কৰে
							
अर्थ : ডিম্ব অথবা ডিম্বাণুত গর্ভ্্ধাৰণ কৰাৰ সময়ৰ পৰা কেঁচুৱাই জন্ম লোৱাৰ ভিতৰৰ সময়ছোৱা
							उदाहरण : 
							গর্ভ্্কালৰ সময়ত সকলো মাকেই বিশেষভাৱে নিজৰ যত্ন লোৱা উচিত
							
पर्यायवाची : গর্ভ্্কাল