अर्थ : এনে কোনো কাম যাৰ কাৰণে সন্মুখৰজন ক্রোধিত হয়
							उदाहरण : 
							তেওঁৰ ্অদৰকাৰী কথাই মোক ক্রোধিত কৰি তোলে
							
पर्यायवाची : ক্রুব্ধ কৰা, ক্রোধিত কৰা
अर्थ : কাৰোবাক আমনি দি থকা
							उदाहरण : 
							কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
							
पर्यायवाची : আমনি কৰা, দিগদাৰী কৰা, দিগদাৰী দিয়া