अर्थ : কোৰিয়া দেশৰ অধিবাসী
							उदाहरण : 
							সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে
							
पर्यायवाची : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী
अर्थ : যি লিপিত কোৰিয়ান ভাষা লিখা হয়
							उदाहरण : 
							অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল
							
पर्यायवाची : কোৰিয়ান লিপি
अर्थ : কোৰিয়া দেশৰ ভাষা
							उदाहरण : 
							কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে
							
पर्यायवाची : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা
अर्थ : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত
							उदाहरण : 
							কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ
							
अर्थ : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে