अर्थ : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
							उदाहरण : 
							এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
							
पर्यायवाची : কৃষ্ণাঙ্গ
अर्थ : যিটো অত্যধিক বা বহুত কʼলা
							उदाहरण : 
							কʼলা-মʼলা মানুহ দেখিলে শিশুৱে ভয় খায়
							
पर्यायवाची : কʼলা-মʼলা, কৃষ্ণ বর্ণ, কেতু-কʼলা