अर्थ : মিহি বস্তু কটা বা খোঁচা যতন
							उदाहरण : 
							তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
							
पर्यायवाची : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
अर्थ : আৰবৰ এখন দেশ
							उदाहरण : 
							কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
							
अर्थ : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
							उदाहरण : 
							কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ