अर्थ : কোনো কথা বা বিষয়ৰ বিচাৰ-বিবেচনা তথা সেই সম্পর্কত ্কোনো প্রতিবেদন দিয়াৰ কাৰণে চৰকাৰৰ দ্বাৰা নিযুক্ত ব্যক্তি বা ব্যক্তিৰ সমূহ
						 
						 
					
							उदाहरण : 
							চতুর্থ শ্রেণীৰ পৰীক্ষা হʼব লাগে নে নালাগে এই সিদ্ধান্ত লোৱাৰ কাৰণে চৰকাৰে এখন আয়োগ গঠন কৰি দিছে
							
					
							पर्यायवाची : 
							আয়োগ