अर्थ : প্রায়েই পাহৰি থকা ব্যক্তি
							उदाहरण : 
							ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়
							
पर्यायवाची : কথা-পাহৰা
अर्थ : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা
							उदाहरण : 
							কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়
							
पर्यायवाची : স্মৃতিভ্ৰংশ হোৱা
अर्थ : যাৰ পাহৰি থকাটোৱেই স্বভাৱ
							उदाहरण : 
							প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে