अर्थ : কাজল বা কুলি চৰাইৰ দৰে ৰং
							उदाहरण : 
							ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল
							
पर्यायवाची : এঙাৰ বৰণীয়া, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, কৃষ্ণবর্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া
अर्थ : যিজন বগা বা শ্বেত বর্ণৰ নহয়
							उदाहरण : 
							ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল
							
पर्यायवाची : কৃষ্ণাঙ্গ