अर्थ : কোনো কিতাপ আদি ছপা কৰি অনা
							उदाहरण : 
							তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
							
पर्यायवाची : প্রকাশিত হোৱা
अर्थ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
							उदाहरण : 
							তেওঁ কংগ্রেছৰ পৰা ওলাল
							
पर्यायवाची : পৃথক হোৱা
अर्थ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
							उदाहरण : 
							বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
							
पर्यायवाची : গুচি যোৱা
अर्थ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
							उदाहरण : 
							গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
							
अर्थ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
							उदाहरण : 
							আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
							
अर्थ : প্রচলিত হোৱা
							उदाहरण : 
							ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
							
अर्थ : অনায়াসে উচ্চাৰিত হোৱা
							उदाहरण : 
							গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
							
अर्थ : অন্য কোনোফালে বাঢ়ি থকা
							उदाहरण : 
							এই মেজখনৰ কোণাটো অলপ ওলাইছে
							
अर्थ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
							उदाहरण : 
							গংগা গংগোত্রীৰ পৰা ওলাইছে
							
पर्यायवाची : নি্র্গত ্হোৱা