अर्थ : ওপৰত থকা কোনো বস্তৰ কোনো অংশক তললৈ আধাৰহীন ভাৱে ৰখা কার্য
							उदाहरण : 
							শ্যামে ছাদৰ পৰা এডাল ৰচী ওলমাই আছে
							
पर्यायवाची : ওলমাই দিয়া
अर्थ : কোনো কাম আধৰুৱা হৈ থকা বা ৰোৱা
							उदाहरण : 
							আপোনাৰ কাৰণে মোৰ কামটো ওলমি আছে