अर्थ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
							उदाहरण : 
							তেওঁ ্মোক মেলাতে এৰিলে
							
पर्यायवाची : এৰি দিয়া
अर्थ : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা
							उदाहरण : 
							ৰেলগাড়ীয়ে ষ্টেচন এৰিলে
							
अर्थ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
							उदाहरण : 
							ৰজাই ৰাজ-সিংহাসন এৰি দিলে  মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
							
पर्यायवाची : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা
अर्थ : ধ্যান নিদিয়া বা গণনা নকৰা
							उदाहरण : 
							বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে
							
पर्यायवाची : বাদ দিয়া
अर्थ : ওলাই যোৱা বা দলি মাৰি পঠোৱা
							उदाहरण : 
							ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে