अर्थ : যি অত্যাচাৰ কৰে
							उदाहरण : 
							কংস এজন অত্যাচাৰী শাসক আছিল
							
पर्यायवाची : অত্যাচাৰকাৰী, অত্যাচাৰী, অনাচাৰী, উৎপীড়ক, জুলুমবাজ
अर्थ : যি উপদ্রৱ কৰে
							उदाहरण : 
							তেওঁ এজন ্উৎপতীয়া ব্যক্তি
							
पर्यायवाची : উপদ্রৱ কর্তা, উপদ্রৱী, উৎপতীয়া, বদমাচ