अर्थ : আলবেনিয়াৰ অধিবাসী
							उदाहरण : 
							মই আজি এজন আলবেনিয়ানৰ ঘৰলৈ যাম বুলি ভাবিছোঁ
							
पर्यायवाची : আলবেনিয়া-বাসী, আলবেনিয়াবাসী
अर्थ : আলবেনিয়া বা আলবেনিয়া সম্বন্ধী
							उदाहरण : 
							আলবেনিয়াত আলবেনিয়ান মুছলমানৰ সংখ্যা প্রায় সত্তৰ শতাংশ
							
अर्थ : আলবেনিয়ান ভাষা বা আলবেনিয়ান ভাষা সম্বন্ধী
							उदाहरण : 
							মই আলবেনিয়ান আলোচনীত এই সংবাদটো পঢ়িছিলো