अर्थ : পোস্তা বা আফুগছৰ দানা
							उदाहरण : 
							আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
							
पर्यायवाची : আফুগুটি, পোস্তা, পোস্তাদানা
अर्थ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
							उदाहरण : 
							সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
							
पर्यायवाची : আফিং