अर्थ : সন্মুখৰ ফাল
							उदाहरण : 
							তেওঁ ্ লাহে লাহে আগলৈ গৈ আছে
							
पर्यायवाची : আগপিনে, আগফাললৈ, আগফালে, মুখৰ ফালে, সন্মুখলৈ, সন্মুখৰ দিশে, সন্মুখৰ ফালে
अर्थ : আগত আহিবলগীয়া সময়
							उदाहरण : 
							ভৱিষ্যতে কাৰ কি হʼবলগা আছে কোনেও নাজানে
							
पर्यायवाची : ভৱিষ্যত কালত, ভৱিষ্যতে
अर्थ : ঠিক এই সময়ৰ পিছৰ পৰাই
							उदाहरण : 
							আজিৰ পৰা এনে ভুল আগলৈ নকৰিবা