अर्थ : কাৰোবাক হেয় কৰি ব্যঙ্গাত্মকভাৱে কোৱা কথা:তেওঁ ্ কথাই প্রতি ইতিকিং কৰে
							उदाहरण : 
							
							
पर्यायवाची : ইতিকিং, কটাক্ষ, ব্যঙ্গ-উক্তি
अर्थ : নিজে কৰা ভুলৰ উপল্্ব্ধি হোৱাৰ পিচত মনলৈ অহা দুখ বা গ্লানি ভাৱ
							उदाहरण : 
							দেউতাৰ কথা নমনাৰ বাবে মই অনুতাপ কৰিবলগীয়া হৈছে
							
पर्यायवाची : অনুতাপ, অনুশোচনা, আত্মগ্লানি