अर्थ : যি অলপ সময় বা দিনহে থাকে
							उदाहरण : 
							জীৱনত সুখ ক্ষণস্থায়ী
							
पर्यायवाची : অথিৰ, অনিত্য, ক্ষণভংগুৰ, ক্ষণভঙ্গুৰ, ক্ষণস্থায়ী
अर्थ : যাক কাৰোবাৰ ঠাইত কাম চলোৱাৰ উদ্দেশ্যে কিছু সময়ৰ কাৰণে ৰখা হয়
							उदाहरण : 
							এই কার্যালয়টোত মহেশত বাদ দি বাকী সকলো অস্থায়ী