अर्थ : বেয়া লক্ষণ বা চিন
							उदाहरण : 
							ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
							
पर्यायवाची : কুলক্ষণ
अर्थ : যি লক্ষণ অশুভৰ পৰিচায়ক
							उदाहरण : 
							ৰামে লংকাত প্রবেশ কৰোতেই অশুভ লক্ষণে দেখা দিলে
							
पर्यायवाची : অমংগল