अर्थ : যিয়ে অনুবাদ কৰে
							उदाहरण : 
							পণ্ডিত গজানন শাস্ত্রী এগৰাকী ভাল অনুবাদক
							
पर्यायवाची : অনুবাদ কৰোঁতা, অনুবাদকাৰী, ভাষান্তৰকাৰী
अर्थ : যিয়ে অনুবাদ কৰে
							उदाहरण : 
							আমাৰ কার্যালয়ত এজন অনুবাদক ব্যক্তিৰ আৱশ্যক
							
पर्यायवाची : ভাষান্তৰকাৰী