अर्थ : অনুবাদ কৰা কার্য
							उदाहरण : 
							এইখন ৰাষ্ট্রপতিৰ ইংৰাজী কিতাপৰ অনুদিত ৰূপ
							
पर्यायवाची : অনুদিত কৃতি, অনুবাদিত ্কর্ম, ভাষান্তৰিত কৃতি
अर्थ : অনুবাদ কৰা
							उदाहरण : 
							এইখন মহাশ্বেতা দেৱীৰ অনুদিত কৃতি
							
पर्यायवाची : অনুবাদিত, অনূদিত, ভাষান্তৰিত