अर्थ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
							उदाहरण : 
							জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
							
पर्यायवाची : অটল, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত
अर्थ : যিটো কৰা, ৰখা বা মানিলোৱা অতি আৱশ্যক
							उदाहरण : 
							পাঁচ নম্বৰ প্রশ্নটো বাধ্যতামূলক
							
पर्यायवाची : বাধ্যতামূলক