अर्थ : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
							उदाहरण : 
							ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
							
अर्थ : মালিক বা স্বামী নোহোৱা এক অৱস্থা
							उदाहरण : 
							অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
							
पर्यायवाची : নাথহীন
अर्थ : যাৰ কোনো মালিক নাই
							उदाहरण : 
							ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
							
अर्थ : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
							उदाहरण : 
							শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে