सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
उदाहरण : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
पर्यायवाची : বিদ্যালয়
अर्थ : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত
उदाहरण : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল
पर्यायवाची : পঢ়াশালী, বিদ্যালয়
अर्थ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
उदाहरण : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়
अर्थ : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়
उदाहरण : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়
पर्यायवाची : পাঠশালা, বিদ্যালয়
अर्थ : যি ঠাইত বিদ্যা প্রদান কৰা হয়
उदाहरण : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে
पर्यायवाची : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, বিদ্যালয়
इंस्टॉल करें