सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সমুদ্র সম্বন্ধীয় বা সমুদ্রৰ
उदाहरण : তিমি একপ্রকাৰ সামুদ্রিক জীৱ
पर्यायवाची : সামুদ্রিক
अर्थ : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
उदाहरण : সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
अर्थ : সাগৰৰ পৰা উৎপন্ন
उदाहरण : তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
इंस्टॉल करें