सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি
उदाहरण : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল
अर्थ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
उदाहरण : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
पर्यायवाची : অধিপতি, গৰাকী, স্বামী
अर्थ : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম
उदाहरण : ঈশ্বৰ আৰু আল্লা একেই
पर्यायवाची : আল্লা, আল্লাহ, খুদা
अर्थ : ঘৰৰ মূল মানুহ
उदाहरण : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
पर्यायवाची : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী
इंस्टॉल करें