सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
उदाहरण : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
पर्यायवाची : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি
अर्थ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
उदाहरण : সাধুসকল মোহত নপৰে
पर्यायवाची : মোহ
अर्थ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
उदाहरण : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
पर्यायवाची : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ
अर्थ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
उदाहरण : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়
इंस्टॉल करें