सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
उदाहरण : শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
पर्यायवाची : নিৰ্দিষ্ট
अर्थ : যিটো কোনো বিশেষত্বযুক্ত
उदाहरण : তেওঁ বিশিষ্ট কামহে কৰে
पर्यायवाची : বিশিষ্ট
अर्थ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
उदाहरण : মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
पर्यायवाची : জৰুৰী
इंस्टॉल करें