सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অপৰাধী, শত্রু আদি ধৰা কার্য
उदाहरण : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
पर्यायवाची : কয়দ
अर्थ : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
उदाहरण : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে
अर्थ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
उदाहरण : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
पर्यायवाची : কাৰাবাস, কয়েদ
अर्थ : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে
उदाहरण : এজন কয়দী জেলৰ পৰা পলাল
पर्यायवाची : কাৰাবাসী, কয়দী
इंस्टॉल करें