सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
उदाहरण : লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
पर्यायवाची : হাট
अर्थ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
उदाहरण : ইয়াত প্রতি শনিবাৰে বজাৰ বহে
अर्थ : যি ঠাইত হৰেক ৰকমৰ বস্তু বিক্রী হয়
उदाहरण : তেওঁ কিছুমান বস্তু কিনিবলৈ বজাৰলৈ গৈছে
पर्यायवाची : মার্কেট, হাট, হাটখোলা
इंस्टॉल करें