सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য
उदाहरण : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে
पर्यायवाची : পূৰোৱা, ভর্তি কৰা, ভৰোৱা
अर्थ : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য
उदाहरण : খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে
पर्यायवाची : পুতি থকা
अर्थ : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য
उदाहरण : ইছলাম ধর্মত শৱ ্পোতা হয়
इंस्टॉल करें