सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
उदाहरण : ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
पर्यायवाची : লোম
अर्थ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
उदाहरण : বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
इंस्टॉल करें