सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কামত বা কথাত মানা কৰা
उदाहरण : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
पर्यायवाची : নামঞ্জুৰ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
अर्थ : আঁতৰ কৰা দূৰ কৰা কার্য
उदाहरण : এই ঔষধে বাত, পিত্ত, মুত্রবিকাৰ আদিৰ নিবাৰণ কৰে
अर्थ : কোনো অনুচিত কার্য, ্অৱস্থা আদিক বাধা প্রদান কৰা কার্য
उदाहरण : চৰকাৰে কন্সাৰ ৰোগ নিবাৰণৰ কাৰণে প্রচেষ্টা অব্যাহত ৰাখিছে নিয়মিত যোগাসনেৰে ৰোগৰ পৰা উপশম পাব পাৰি
पर्यायवाची : উপশম
इंस्टॉल करें