सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
उदाहरण : কইনা দোলাত বহি আছে
अर्थ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
उदाहरण : ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
पर्यायवाची : পাল্কী
अर्थ : মন চঞ্চল হোৱা অৱস্থা
उदाहरण : ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
पर्यायवाची : দোলা দিয়া
अर्थ : ঝুলনাত বহি দুলি থকা কার্য
उदाहरण : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
पर्यायवाची : দুলি থকা
इंस्टॉल करें