सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
उदाहरण : তিনিৰ তিনিগুণ ন
अर्थ : দুগুণতকৈ আৰু এগুণ বেছি
उदाहरण : যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
अर्थ : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
उदाहरण : প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
पर्यायवाची : তিনি গুণ
इंस्टॉल करें