सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : লক্ষণগত বা স্বভাৱগত ধ্বনি
उदाहरण : মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
अर्थ : ঝন-ঝন শ্্ব্দ
उदाहरण : ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
अर्थ : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
उदाहरण : ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
पर्यायवाची : ঝনঝননি
इंस्टॉल करें