सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এনে আকাৰ যাৰ উপৰিভাগৰ প্রতিটো বিন্দু তাৰ ভিতৰত থকা মধ্যবিন্দুৰ পৰা সমান দূৰত্বত থাকে
उदाहरण : বল গোলাকাৰ হয়
पर्यायवाची : গোল
अर्थ : বৃত্ত বা চক্রৰ আকাৰৰ
उदाहरण : গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
पर्यायवाची : ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, বৃত্তাকাৰ, মণ্ডলাকাৰ
इंस्टॉल करें