सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
उदाहरण : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
पर्यायवाची : গজাল, গোঁজ
अर्थ : সৰু আৰু চুটি খুঁ্টা
उदाहरण : ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
अर्थ : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
उदाहरण : সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
पर्यायवाची : নাও খুঁটি
इंस्टॉल करें