सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
उदाहरण : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
अर्थ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
उदाहरण : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
पर्यायवाची : টুকুৰা, পীচ
अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
उदाहरण : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
पर्यायवाची : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ
अर्थ : যিকোনো বস্তুৰ গোটা টুকুৰা
उदाहरण : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
पर्यायवाची : টুকুৰা
अर्थ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়
उदाहरण : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে
पर्यायवाची : অধ্যায়, পর্ব
अर्थ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
उदाहरण : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
पर्यायवाची : অংক, নম্বৰ, সংখ্যা
अर्थ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
उदाहरण : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
पर्यायवाची : টুকুৰা, ভাগ
अर्थ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
उदाहरण :
पर्यायवाची : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ
इंस्टॉल करें