सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
उदाहरण : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
पर्यायवाची : পদ্ধতি, প্রক্রিয়া, প্রণালী
अर्थ : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
उदाहरण : এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
पर्यायवाची : ক্রিয়াপদ
अर्थ : কোনো কাম হোৱা বা কৰাৰ ভাব
उदाहरण : গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
पर्यायवाची : কার্য
इंस्टॉल करें