অর্থ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
							উদাহরণ : 
							সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
							
সমার্থক : বচা
অর্থ : কোনো কথাৰ সূত্রপাত ঘটোৱা
							উদাহরণ : 
							বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
							
সমার্থক : ৰোপন কৰা
অর্থ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
							উদাহরণ : 
							খেতিয়কে খেতিপথাৰত ধান ৰুইছে
							
সমার্থক : ৰোপন কৰা