অর্থ : কৌশলগত ঢঙেৰে
							উদাহরণ : 
							কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
							
সমার্থক : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
অর্থ : পৰম্পৰা পালন কৰি
							উদাহরণ : 
							মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
							
সমার্থক : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি