অর্থ : নিজৰ কিবা বস্তু কʼৰবাত এৰি অহা, ৰৈ যোৱা বা হাতৰ পৰা ওলাই যোৱা
							উদাহরণ : 
							মোৰ পাঁচশ টকা হেৰালে
							
অর্থ : কোনো বস্তুৰ ওপৰত থকা স্বত্ব গুচি যোৱা
							উদাহরণ : 
							ধনৰ লালসাত পৰি ্তেওঁ নিজৰ প্রাণ হেৰুৱালে
							
অর্থ : কোনো অৱস্থা, কার্য, সময় আদিক হাতৰ পৰা যাবলৈ দিয়া
							উদাহরণ : 
							তেওঁ সুৱর্ণ সুযোগ হেৰুৱালে তেওঁ নিজৰ সন্মান হেৰুৱালে