অর্থ : স্বেচ্ছাচাৰী হোৱা অৱস্থা
							উদাহরণ : 
							ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
							
অর্থ : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
							উদাহরণ : 
							ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
							
সমার্থক : মইমতালি