অর্থ : একাগ্রচিত্ত হৈ বা ধ্যান সহকাৰে চোৱা কার্য
							উদাহরণ : 
							সন্মুখৰজনৰ সূক্ষ্মপৰীক্ষাৰ পৰা বাচিবৰ কাৰণে তেওঁ চকু তল কৰিলে
							
সমার্থক : সূক্ষ্মপৰ্যবেক্ষণ
অর্থ : অধ্যয়ন কৰা কোনো বিষয়ৰ একাগ্রচিত্তে মনত পেলোৱা এক অৱস্থা
							উদাহরণ : 
							বৈজ্ঞানিকসকলে ঘণ্টা ধৰি অনুপৰীক্ষাত লাগি আছে
							
সমার্থক : অনুপৰীক্ষা